আজি মই | Aji Moi Lyrics

আজি মই সুখী মন সেই যীচুৱে
পালোঁ মই  পৰিত্ৰাণ সেই যীচুৱে
উল্লাস মন, হৰ্ষিত মন সেই যীচুৱে
গাইছো মই যীচুৰে গৰিমা গান
হোচান্না. হোচান্না  …x2

ভাল পাওঁ মই সেই যীচুৰ প্ৰেমৰ কথা
ভাল পাওঁ মই সেই যীচুৰ শান্তিৰ কথা x2
গানে গুনে, মনে প্ৰাণে
গুন গান যীচুৰে নাম  x2
আজি মই সুখী মন সেই যীচুৱে
পালোঁ মই  পৰিত্ৰাণ সেই যীচুৱে
উল্লাস মন, হৰ্ষিত মন সেই যীচুৱে
গাইছো মই যীচুৰে গৰিমা গান

ভাল পাওঁ মই সেই যীচুৰ ক্ষমাৰ কথা
ভাল পাওঁ মই সেই যীচুৰ মুক্তিৰ কথা x2

বাটে ঘাটে, সুখে দুখে
সোঁৱৰিম যীচুৰে নাম  x2
আজি মই সুখী মন সেই যীচুৱে
পালোঁ মই  পৰিত্ৰাণ সেই যীচুৱে
উল্লাস মন, হৰ্ষিত মন সেই যীচুৱে
গাইছো মই যীচুৰে গৰিমা গান -3

Lyrics: Prosenjit Khaklary

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top