আহাঁ প্ৰভু যীচু তুমি
আমাৰ মাজলৈ
ভক্ত সবে ৰৈ আছে
তোমাক চাবলৈ
আহাঁ প্ৰভু যীচু তুমি
আমাৰ মাজলৈ
ভক্ত সবে ৰৈ আছে
তোমাক চাবলৈ
ঈস্বৰক নিচিনা জনে
নিজমে থাকক
কিন্তু প্ৰভুৰ সেৱক
জনে আনন্দ কৰক
আহাঁ প্ৰভু যীচু তুমি
আমাৰ মাজলৈ
ভক্ত সবে ৰৈ আছে
তোমাক চাবলৈ
তোমাৰ নামত ৰোগ-ব্যাধি
সকলো সুস্হ হয়
তেনে নাম পাপী জনে
কিয় যে নলয়
আহাঁ প্ৰভু যীচু তুমি
আমাৰ মাজলৈ
ভক্ত সবে ৰৈ আছে
তোমাক চাবলৈ
আহাঁ পাপী, ৰোগী-দুখী
যীচুৰ কাষলৈ
তেওঁ আহিছে তোমাৰ
পাপ ক্ষমা দিবলৈ
আহাঁ প্ৰভু যীচু তুমি
আমাৰ মাজলৈ
ভক্ত সবে ৰৈ আছে
তোমাক চাবলৈ
তোমাৰ ক্ৰোধৰ পৰা যে
মই কিমতে মাৰিম
কোন থানে গৈ মই
লুকাই যে থাকিম
আহাঁ প্ৰভু যীচু তুমি
আমাৰ মাজলৈ
ভক্ত সবে ৰৈ আছে
তোমাক চাবলৈ
চৰাইৰ দৰে ডউকা
লগাই গলেও সমুদ্ৰত
তাতো থাকো মই প্ৰভু
তোমাৰ হাতত
আহাঁ প্ৰভু যীচু তুমি
আমাৰ মাজলৈ
ভক্ত সবে ৰৈ আছে
তোমাক চাবলৈ
মৰমজান হৈ প্ৰভু
তুমি জানা সমুদায়
তোমাৰ আগত একোৱে
যে নাথাকে লুকাই
আহাঁ প্ৰভু যীচু তুমি
আমাৰ মাজলৈ
ভক্ত সবে ৰৈ আছে
তোমাক চাবলৈ
হে জাতিবিলাক আহাঁ
হাত তালি দিয়া
আনন্দৰ গানেৰে
তেওঁৰ প্ৰসংশা কৰা
আহাঁ প্ৰভু যীচু তুমি
আমাৰ মাজলৈ
ভক্ত সবে ৰৈ আছে
তোমাক চাবলৈ
ভক্ত সবে ৰৈ আছে
তোমাক চাবলৈ
ভক্ত সবে ৰৈ আছে
তোমাক চাবলৈ
—Ranjan Chutia