যীচুৱে আমাক মুক্তি দিলে | Jisuwe Amak Mukti Dile Lyrics

যীচুৱে আমাক মুক্তি দিলে

যীচুৱে আমাক ৰক্ষা দিলে


যীচুৱে আমাক মুক্তি দিলে

পাপৰে পৰা

যীচুৱে আমাক ৰক্ষা দিলে

চয়তানৰে পৰা x২


গাওঁ হালেলুয়া-৩

গাওঁ হালে লু-উ-উ-উ-উয়া-২

গাওঁ হালেলুয়া-৩


আঁতৰিল মোৰ ভয় সংশয়

যীচু আছে লগত

চয়তানক কৰিম পৰাজয়

কেৱল যীচুৰ নামত x২

গাওঁ হালে লু-উ-উ-উ-উয়া-২

গাওঁ হালেলুয়া-৩


চালৌম, শান্তি ওঁ প্ৰণাম

জনাওঁ যীচুৰে নাম

যীচুত আছে পৰিত্ৰাণ

বিলাওঁ এই বাণী মহান x২


যীচুৱে আমাক মুক্তি দিলে

পাপৰে পৰা

যীচুৱে আমাক ৰক্ষা দিলে

চয়তানৰে পৰা x২

গাওঁ হালেলুয়া-৩

গাওঁ হালে লু-উ-উ-উ-উয়া-২

গাওঁ হালেলুয়া-৩

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top