হৃদয়লৈ যীচু আহিল | Hridoyloi Jisu ahil Lyrics

হৃদয়লৈ যীচু আহিল
পাপ বন্ধনৰ জৰী চিঙিল x২
মোৰ হৃদয়তে-২
যীচু তুমি অহাত
ধন্যবাদ -২
মই কৰো
ধন্যবাদ -২
মই কৰো
ধন্যবাদ -২
মই কৰো

পৱিত্ৰ আত্মাৰে পূৰ্ণ কৰা
অন্তৰতচে প্ৰভু ঠাই লোৱা x২
মই যে তোমাৰে -২
যীচু মই যে তোমাৰে
ধন্যবাদ -২
মই কৰো
ধন্যবাদ -২
মই কৰো
ধন্যবাদ -২
মই কৰো

যীচু তোমাৰ গৌৰৱ মই কৰো
প্ৰতিদিনে তোমাকে ভজো x২
কেনেকৈ পাহৰো তোমাৰ দয়া
জীৱনৰ আৰ্শীৱাদ তোমাৰ পৰা x২
যি তুমি দিলা মোৰ বাবে -২
ধন্যবাদ -২
মই কৰো
ধন্যবাদ -২
মই কৰো
ধন্যবাদ -২
মই কৰো

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top