হে মোৰ জীৱনদাতা
প্ৰভু তুমি শান্তিদাতা
ৰৈ আছোঁ মই মনত আশা লৈ
কৰা মোৰ জীৱন সোঁৱনী
হে মোৰ জীৱনদাতা
১.পাপৰ সাগৰত আছিলোঁ ডুবি
তুমি আহি মোক বচালা তুলি
তোমাৰ বহুমুল্য তেজেৰে নিজ হাতত
তুলিয়ে মোক ল’লাহি x২
ধন্য তোমাৰ নাম x৪
২.জোন তৰাবোৰ বিলাই তোমাৰ নাম
পক্ষিবোৰ গায় তোমাৰ মহিমাৰ গান
আহিছোঁ প্ৰভু মই তোমাৰ চৰণলৈ
নিয়াহি মোক নিজ কোলাত x২
ধন্য তোমাৰ নাম x৪