জীৱনৰ গোটেই সময় | JIbonar Gotei Homai Assamese Lyrics | Ashab Daimari

 জীৱনৰ গোটেই সময়

জীচুৰ বাণী বিলাই যাম(২)

কষ্ট তাড়না পালে

মই তোমাৰ গীতকে গাম(২)

প্ৰতিজ্ঞা কৰিছোঁ যেতিয়া মই

তোমাৰ পিছত যাবলৈ(২)

ভয়ো নকৰোঁ মই

মই তোমাৰ গীতকে গাম

 

জীৱনৰ গোটেই সময়

জীচুৰ বাণী বিলাই যাম(২)

কষ্ট তাড়না পালে

মই তোমাৰ গীতকে গাম(২)।

 

 জীৱনৰ গোটেই সময় | JIbonar Gotei Homai Assamese Video Lyrics |  Ashab Daimari

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top