প্ৰভু মই ইয়াত আছোঁ
O LORD I AM HERE
স্তুতি কৰোঁ মই তোমাৰ
I PRAISE YOU
মই তোমাক অনুৰোধ কৰোঁ
REQUEST YOU O LORD
আহা মোৰ হৃদয়লৈ
PLEASE COME INTO MY HEART
পিতৃ অ মোৰ পিতৃ
FATHER O MY FATHER
তোমালৈ বাট চাই আছোঁ
I AM WAITING FOR YOU
পিতৃ অ মোৰ পিতৃ
FATHER O MY FATHER
আহা মোৰ হৃদয়লৈ
PLEASE COME INTO MY HEART
আত্মা অ মোৰ আত্মা
HOLY SPIRIT O MY HOLY SPIRIT
আহা মোৰ হৃদয়লৈ
PLEASE COME INTO MY HEART