জনম ললে আজি | Jonam lole aji lyrics

জনম ললে আজি শিশু ৰূপে

সৰগ ত্যগি খ্ৰীষ্ট এই ধৰালে x২

তুমি জানানে….. তুমি বুজানে

তোমাৰ মোৰে পাপৰ বাবে x২

১.জোন বেলি তৰা আজি নাচি উঠে

সৰগৰ দুতে মহিমা কৰে

মানৱ জাতিৰ বাবে শিশুৰূপে

গোহালিতে আজি জনম ললে x২

তুমি জানানে….. তুমি বুজানে

তোমাৰ মোৰে পাপৰ বাবে x২

জন্ম ললে আজি শিশু ৰূপে

সৰগ ত্যগি খ্ৰীষ্ট এই ধৰালে x২

২.জ্যোতিসী গণে তৰাৰ পাছ ললে

উল্লাসেৰে শিশুক সেৱা কৰে

পাপৰ এন্ধাৰত আছিলে ধৰা

উদ্ধাৰিবলে আহিলে ত্ৰাতা x২

তুমি জানানে….. তুমি বুজানে

তোমাৰ মোৰে পাপৰ বাবে x২

জন্ম ললে আজি শিশু ৰূপে

সৰগ ত্যগি খ্ৰীষ্ট এই ধৰালে x২

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top