Kihere Pujim Probhu Lyrics | কিহেৰে পুজিম প্ৰভু প্ৰাৰ্থনা | Ranjan chutia

প্ৰাৰ্থনা 

কিহেৰে পুজিম প্ৰভু
তোমাক মই
নাই মোৰ একোৱেই নাই
কিহেৰে পুজিম প্ৰভু
তোমাক মই
নাই মোৰ একোৱেই নাই
সন্তোষ হোৱা তুমি, নিজৰ গুণেৰে
মই দীনহীন পাপী প্ৰভু
কিহেৰে পুজিম প্ৰভু
তোমাক মই
নাই মোৰ একোৱেই নাই
মোৰ আছে মাথোঁ এখনি হৃদয়
সেই হৃদয়েৰে পুজিম তোমাক
কিহেৰে পুজিম প্ৰভু
তোমাক মই
নাই মোৰ একোৱেই নাই
শুচি কৰা তুমি মোৰ হৃদয়
জানিছো প্ৰভু মই দুৰাচাৰী
কিহেৰে পুজিম প্ৰভু
তোমাক মই
নাই মোৰ একোৱেই নাই
দেখা দিয়া প্ৰভু
তোমাৰ গৌৰৱ হওঁক
আছো বাট চাই তোমাক
দেখা দিয়া প্ৰভু
নিৰ্মল কৰা তোমাৰ তেজেৰে
আমাক লাগে তোমাৰ পৰিত্ৰাণ
নিৰ্মল কৰা তোমাৰ তেজেৰে
আমাক লাগে তোমাৰ পৰিত্ৰাণ
আছো বাট চাই তোমাক
দেখা দিয়া প্ৰভু
আছো বাট চাই তোমাক
দেখা দিয়া প্ৰভু
যীচু তুমি মোৰ
জীৱনৰ পৰম বন্ধু
যীচু তুমি মোৰ যৌৱনৰ পৰম বন্ধু
যীচু তুমি মোৰ
জীৱনৰ পৰম বন্ধু
যীচু তুমি মোৰ
যৌৱনৰ পৰম বন্ধু
যিহোৱা তুমি মোৰ জীৱন জ্যুতি(জ্যোতি)
যিহোৱা তুমি মোৰ জীৱন ৰক্ষয়ক(ৰক্ষক্)
তেওঁ মোক কোমলিয়া ঘাঁহনি নিচৰা
যীচু তুমি মোৰ
জীৱনৰ পৰম বন্ধু

যীচু তুমি মোৰ যৌৱনৰ পৰম বন্ধ

—– Ranjan chutia

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top