১. আমাৰ লগত স্বৰ্গলৈ (৩)আহিব,
২. সেই ঠাইত আনন্দ হৈ আছে (৩) স্বৰগত,
৩. সদায় শান্তিময় হৈ আছে (৩) স্বৰগত,
৪. তাত সদায় গৌৰৱময় (৩) স্বৰগত,
৫. তাত দুখ কষ্ট আৰু নাই (৩) স্বৰগত,
৬. তাত আৰু মৃত্যু নাই (৩) স্বৰগত,
৭. যীচুৱে শাসন কৰিব (৩) স্বৰগত,
৮. তেওঁ পুনৰ আহিব (৩) স্বৰগত,
৯. হাল্লেলুয়া হোচানা (৩) স্বৰগত,