নাইৰে, নাই নাই, নাইৰে নাই | Assamese Christian song

১. নাইৰে নাই নাই, নাইৰে নাই

যীচুৰ বিনে (২) যীচুৰ বিনে পৰিত্ৰাণ নাই

২.নাইৰে নাই নাই, নাইৰে নাই

যীচুৰ বিনে (২) যীচুৰ বিনে অনন্ত জীৱন নাই

৩. নাইৰে নাই নাই, নাইৰে নাই

যীচুৰ বিনে (২) যীচুৰ বিনে অনন্ত শান্তি নাই

৪. নাইৰে নাই নাই, নাইৰে নাই

যীচুৰ বিনে (২) যীচুৰ বিনে উদ্ধাৰ মুক্তি নাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top