ইমান ভাল পাওঁ (Eman Bhal Pao) Assamese Gospel Song lyrics
Presented By SJ Production
Gospel Music Presents
Song Title: Eman Bhal Pao
Album: Jisuni Sela
Singer: Elisha Boro
Music: Amar Boro
Lyrics: Gospel Music
Lyrics:
হঅ…হঅ..অ..
মই ইমান ভাল পাওঁ
তোমাৰ সেই স্বৰ্গীয় কথা
মই শুনি ভাল পাওঁ
তোমাৰ সেই দয়াৰ কথা
ভাগৰোৱা জীৱন
দূখে ভৰা জীৱন
যীচুতেহে আছে সূখময় জীৱন
যীচুতেহে আছে শান্তিৰ জীৱন–২
মই ইমান ভাল পাওঁ
তোমাৰ সেই স্বৰ্গীয় কথা
মই শুনি ভাল পাওঁ
তোমাৰ সেই দয়াৰ কথা
অ হহ…হহ..হহ.. অ..অ..
লা..লালা…লালা…লালা..
সৰ্হিত হয় মোৰ অন্তৰ
যীচুৰ সেই প্ৰেমৰ কথাত–২
সূখী হয় মোৰ অন্তৰ
যীচুৰ সেই অভয় বাণীত–২
ওম…হোম…হোমহোম….
সেয়েহে মোৰ মন উৎফুল্লিত হয়
সেয়েহে মোৰ প্ৰাণ উৎফুল্লিত হয়–২
নিৰ্ভয় হয় মোৰ জীৱন
যীচুযে মোৰ প্ৰাণৰ সঙ্গী–২
মোহিত হয় মোৰ হৃদয়
যীচুৰ সেই অসীম মৰমত–২
ওম…হোম…হোমহোম….
নিৰ্ভয় হয় মোৰ জীৱন
যীচুযে মোৰ প্ৰাণৰ সঙ্গী–২
মোহিত হয় মোৰ হৃদয়
যীচুৰ সেই অসীম মৰমত–২
সেয়েহে গাও মই যীচুৰ গান
সেয়েহে গাও মই যীচুৰ গুণ–২
মই ইমান ভাল পাওঁ
তোমাৰ সেই স্বৰ্গীয় কথা
মই শুনি ভাল পাওঁ
তোমাৰ সেই দয়াৰ কথা
ভাগৰোৱা জীৱন
দূখে ভৰা জীৱন
যীচুতেহে আছে সূখময় জীৱন
যীচুতেহে আছে শান্তিৰ জীৱন–২
মই ইমান ভাল পাওঁ
তোমাৰ সেই স্বৰ্গীয় কথা
মই শুনি ভাল পাওঁ
তোমাৰ সেই দয়াৰ কথা
ইমান ভাল পাওঁ | Eman Bhal Pao – Gospel Music|Assamese Gospel Song Lyrical Video|Christmas Song