He Jisu Tumi Mur Lyrics | হে যীচু তুমি মোৰ

হে যীচু তুমি মোৰ
জীৱনৰ সাৰথী
এন্ধাৰময় জগতৰ
তুমিয়েই জীৱনজ্যোতি
হে যীচু তুমিতেই
মোৰ অনন্ত জীৱন
পাপ আত্মাৰ পৰা উদ্ধাৰ কৰি দিলা
পৰিত্ৰাণ…. দৰ্পমোৰ….
প্ৰভু শুন্য কৰা
তুমি গৰ্ব মোৰ
খৰ্ব কৰা… মুক্তিমোৰ…
চয়তানৰ পৰা…উদ্ধাৰ মোৰ…
পাপৰ পৰা…
হে যীচু তুমি মোৰ
জীৱনৰ সাৰথী
এন্ধাৰময় জগতৰ
তুমিয়েই জীৱনজ্যোতি

যীচু তুমি মোৰ জীৱন যাত্ৰাও
চলাই নিয়া…
প্ৰতিদিনে মোৰ আত্মাক তুমি
শক্তি দিয়া…
দুখ আপদ সঙ্কটতো ৰক্ষা কৰা..
তাড়নাৰ কালত মোক যেন উদ্ধাৰ কৰা..
তুমিয়েই মোৰ… প্ৰাণৰ ৰক্ষক..
পথ প্ৰদৰ্শক..
দৰ্পমোৰ….
প্ৰভু শুন্য কৰা
তুমি গৰ্ব মোৰ
খৰ্ব কৰা… মুক্তিমোৰ…
চয়তানৰ পৰা…উদ্ধাৰ মোৰ…
পাপৰ পৰা…
হে যীচু তুমি মোৰ
জীৱনৰ সাৰথী
এন্ধাৰময় জগতৰ
তুমিয়েই জীৱনজ্যোতি

যীচু তুমি সঙ্গে থাকিলে মই নিৰাপদ..
নহয় মৰণৰো ভয়…
আপদ বিপদ..
সমৰ্পন কৰো প্ৰান তোমাৰ চৰণতে…
তুলি ধৰা মোক তোমাৰ দুহাততে…
তুমিয়েই মোৰ..
প্ৰানৰ ৰক্ষক.. পথ প্ৰদৰ্শক…
দৰ্পমোৰ….
প্ৰভু শুন্য কৰা
তুমি গৰ্ব মোৰ
খৰ্ব কৰা… মুক্তিমোৰ…
চয়তানৰ পৰা…উদ্ধাৰ মোৰ…
পাপৰ পৰা…
হে যীচু তুমি মোৰ
জীৱনৰ সাৰথী
এন্ধাৰময় জগতৰ
তুমিয়েই জীৱনজ্যোতি
হে যীচু তুমিতেই
মোৰ অনন্ত জীৱন
পাপ আত্মাৰ পৰা উদ্ধাৰ কৰি দিলা
পৰিত্ৰাণ…. দৰ্পমোৰ….
প্ৰভু শুন্য কৰা
তুমি গৰ্ব মোৰ
খৰ্ব কৰা… মুক্তিমোৰ…
চয়তানৰ পৰা…উদ্ধাৰ মোৰ…
পাপৰ পৰা…
হে যীচু তুমি মোৰ
জীৱনৰ সাৰথী
এন্ধাৰময় জগতৰ
তুমিয়েই জীৱনজ্যোতি

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top