যীচুৰ নাম লবলৈ
পৰিত্ৰাণ পাবলৈ x২
নিজকে অৰ্পণ কৰা
পাপৰ ৰুক্ষত পৰি
মায়া জালত পৰি
নিজকে নেহেৰুৱাবা
পাপৰ ৰুক্ষত পৰি
মায়া জালত পৰি
নিজকে নেহেৰুৱাবা ২
১. সংসাৰ সাগৰতে
সাঁতুৰি নাদুৰি
সত্যৰ পথ পাবলৈ
হোৱা হাবাথুৰি
তুমি যে দিশহাৰা
মৰো মই পৃথিৱীত
শান্তি বিচাৰি
নিজকে নেহেৰুৱাবা x২
যীচুৰ নাম লবলৈ
পৰিত্ৰাণ পাবলৈ
২. জীৱন প্লাৱিত কৰা
তেওঁৰেই নামতে
প্ৰাণ ডালি দিয়া
তেওঁৰেই চৰনতে
তেওঁৰেই যে শান্তি ৰজা
মৰো মই পৃথিৱীত
শান্তি বিচাৰি
নিজকে নেহেৰুৱাবা x২
যীচুৰ নাম লবলৈ
পৰিত্ৰাণ পাবলৈ x২
নিজকে অৰ্পণ কৰা
পাপৰ ৰুক্ষত পৰি
মায়া জালত পৰি
নিজকে নেহেৰুৱাবা
পাপৰ ৰুক্ষত পৰি
মায়া জালত পৰি
নিজকে নেহেৰুৱাবা