কিদৰে পাহৰো তোমাৰ নিবিৰ প্ৰেম(২)
তুমি আহিলা মোৰ জীৱনত যাচিবলৈ নিৰাকাৰ প্ৰেম(২)
কতো যে যাতনা ভুগিলা মোৰ বাবে
তথাপিও লৈ ললা ক্ৰুছৰ ভাৰ প্ৰেমেৰে(২)
আজিও যে নুবুজো মই কিয়ো কৰিলা অতি যে প্ৰেম(২)
অন্ধকাৰত হেৰাইছিলোঁ মই মোৰ জীৱনত
তুমি আহি দিলাহি মোক তোমাৰ পোহৰত(২)
আজিও যে কিয়ো আনিলা মোৰ বাবে পৰিত্ৰাণ(২)
Kidore pahoru
Tumar nibir prem(2)
Tumi ahila mur jibonot
Jasiboloi nirakar prem(2)
Koto je jatona
Bhugila mur babe
Tothapi loi lola krushor
Bhar premere(2)
Ajiu je Nubuju moi kio
Korila oto je prem(2
Ondhokarot heraisilu
Moi mur Jibonot
Tumi ahi dilahi muk
Tumar Puhorot(2)
Ajio je kio anila
Mur babe poritan(2)
— গায়িকাঃ ৰশ্মি