Notun Dinor Notun Pohore Lyrics | নতুন দিনৰ নতুন পোহৰে | Assamese New Year Lyric Song

 Notun Dinor Notun Pohore(নতুন দিনৰ নতুন পোহৰে)

 

Gospel Music Presents

DGS Production Timothy Das Hanse Presents

Song Title: Notun Dinor Notun Pohore

Album: Xubho Bordin Vol.1

Lyrics/Tune: Timothy Das Hanse

Music Director: Arup Dutta & Prahlad Gogoi

Singers: Zubeen Garg

Produced By: Diphu Gospel Society, Karbi Anglong

Recording Studio: DIGI Music, Guwahati

Marketed By: Pawan Electronics, Guwahati

An Assamese Christmas Album

 

Lyric

নতুন দিনৰ নতুন পোহৰে

আনিলে আজি নতুন বছৰ

পুৰণি দিনক দিলোঁ বিদায়

….পুৰণি দিনক দিলোঁ বিদায়

যীচুক দিলোঁ আজি মনতে ঠাই

….যীচুক দিলোঁ আজি মনতে ঠাই

নতুন দিনৰ নতুন পোহৰে

আনিলে আজি নতুন বছৰ

 

. দিনবোৰ আগুৱাই যায়

আমালৈ নেথাকে ৰয়

আজিয়ে নতুন বছৰ

দিয়া প্ৰভু আমাক সহায়

সময় থোকোঁতে কৰিম প্ৰচাৰ

সত্য বাণী জীৱিত্ ত্ৰাতাৰ

 

নতুন দিনৰ নতুন পোহৰে

আনিলে আজি নতুন বছৰ

পুৰণি দিনক দিলোঁ বিদায়

….পুৰণি দিনক দিলোঁ বিদায়

যীচুক দিলোঁ আজি মনতে ঠাই

….যীচুক দিলোঁ আজি মনতে ঠাই

নতুন দিনৰ নতুন পোহৰে

আনিলে আজি নতুন বছৰ

 

.শেষ কাল নিচেই ওচৰ

নাই দিন আগমনত

সময়ো যে আছে তাকৰ

সিদ্ধ হব বাক্য খ্ৰীষ্টৰ

নতুন বছৰ এই নতুন দিনত—2

হৰণ লোৱা মহান যীচুত

 

নতুন দিনৰ নতুন পোহৰে

আনিলে আজি নতুন বছৰ

পুৰণি দিনক দিলোঁ বিদায়

….পুৰণি দিনক দিলোঁ বিদায়

যীচুক দিলোঁ আজি মনতে ঠাই

….যীচুক দিলোঁ আজি মনতে ঠাই

নতুন দিনৰ নতুন পোহৰে

আনিলে আজি নতুন বছৰ

 

Notun Dinor Notun Pohore(নতুন দিনৰ নতুন পোহৰে)-Zubeen Garg

 

2 thoughts on “Notun Dinor Notun Pohore Lyrics | নতুন দিনৰ নতুন পোহৰে | Assamese New Year Lyric Song”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top