তুমি প্ৰভু..
তুমিয়ে পিতা..
যীচু তুমি মোৰ সকলো অ..
তুমি প্ৰভু..
তুমিয়ে পিতা..
যীচু তুমি মোৰ সকলো
জীৱিত মহান ত্ৰাতা
মোৰে মুক্তি দাতা
অনন্ত জীৱন তোমাতেই আশা
হালিলুয়া…৬
হোচনা..
হালিলুয়া…৬
হোচনা..
তুমি মোৰ পাপবোৰ ধূলা
হিমতকৈ বগা কৰিলা
কালবাৰী ক্ৰুচৰ তেজেৰে
শুচি নিৰ্মল কৰিলা
অ.. তুমি মোৰ পাপবোৰ ধূলা
হিমতকৈ বগা কৰিলা
কালবাৰী ক্ৰুচৰ তেজেৰে
শুচি নিৰ্মল কৰিলা
মোৰ বাবে মৰিলা
কষ্ট সহিলা
মোৰ বাবে মৰিলা
কষ্ট সহিলা
অনন্ত জীৱন দান কৰিলা
হালিলুয়া…৬
হোচনা..
হালিলুয়া…৬
হোচনা..
মানৱ জাতিক প্ৰেম কৰিলা
জগতত জনমো ল’লা
সৰগৰ সুখ ত্যাগি তুমি
মৰতত দুখ সহিলা
অ..মানৱ জাতিক প্ৰেম কৰিলা
জগতত জনমো ল’লা
সৰগৰ সুখ ত্যাগি তুমি
মৰতত দুখ সহিলা
মৃত্যুক জিনিলা
পুনৰ উত্থিত হ’লা
মৃত্যুক জিনিলা
পুনৰ উত্থিত হ’লা
সৰগৰলৈ গলা
পুনৰ আহিম ক’লা
হালিলুয়া…৬
হোচনা..
হালিলুয়া…৬
হোচনা..
তুমি প্ৰভু..
তুমিয়ে পিতা..
যীচু তুমি মোৰ সকলো অ..
তুমি প্ৰভু..
তুমিয়ে পিতা..
যীচু তুমি মোৰ সকলো
জীৱিত মহান ত্ৰাতা
মোৰে মুক্তি দাতা
অনন্ত জীৱন তোমাতেই আশা
হালিলুয়া…৬
হোচনা..
হালিলুয়া…৬
হোচনা..