Assamses Christian Song

He Jisu Tumi Mur Lyrics | হে যীচু তুমি মোৰ

হে যীচু তুমি মোৰজীৱনৰ সাৰথীএন্ধাৰময় জগতৰতুমিয়েই জীৱনজ্যোতিহে যীচু তুমিতেইমোৰ অনন্ত জীৱনপাপ আত্মাৰ পৰা উদ্ধাৰ কৰি দিলাপৰিত্ৰাণ…. দৰ্পমোৰ….প্ৰভু শুন্য কৰাতুমি গৰ্ব […]

He Jisu Tumi Mur Lyrics | হে যীচু তুমি মোৰ Read More »

হৃদয়লৈ যীচু আহিল | Hridoyloi Jisu ahil Lyrics

হৃদয়লৈ যীচু আহিলপাপ বন্ধনৰ জৰী চিঙিল x২মোৰ হৃদয়তে-২যীচু তুমি অহাতধন্যবাদ -২মই কৰোধন্যবাদ -২মই কৰোধন্যবাদ -২মই কৰো পৱিত্ৰ আত্মাৰে পূৰ্ণ কৰাঅন্তৰতচে

হৃদয়লৈ যীচু আহিল | Hridoyloi Jisu ahil Lyrics Read More »

যীচুৱে আমাক মুক্তি দিলে | Jisuwe Amak Mukti Dile Lyrics

যীচুৱে আমাক মুক্তি দিলে যীচুৱে আমাক ৰক্ষা দিলে যীচুৱে আমাক মুক্তি দিলে পাপৰে পৰা যীচুৱে আমাক ৰক্ষা দিলে চয়তানৰে পৰা

যীচুৱে আমাক মুক্তি দিলে | Jisuwe Amak Mukti Dile Lyrics Read More »

হে মোৰ জীৱনদাতা | He Mur Jibon Data Lyrics

হে মোৰ জীৱনদাতাপ্ৰভু তুমি শান্তিদাতাৰৈ আছোঁ মই মনত আশা লৈকৰা মোৰ জীৱন সোঁৱনীহে মোৰ জীৱনদাতা ১.পাপৰ সাগৰত আছিলোঁ ডুবিতুমি আহি

হে মোৰ জীৱনদাতা | He Mur Jibon Data Lyrics Read More »

আজি মই | Aji Moi Lyrics

আজি মই সুখী মন সেই যীচুৱেপালোঁ মই  পৰিত্ৰাণ সেই যীচুৱেউল্লাস মন, হৰ্ষিত মন সেই যীচুৱেগাইছো মই যীচুৰে গৰিমা গানহোচান্না. হোচান্না 

আজি মই | Aji Moi Lyrics Read More »

আহাঁ প্ৰভু যীচু তুমি । Aha Probhu Jisu Tumi Amar Majoloi lyrics

 আহাঁ প্ৰভু যীচু তুমিআমাৰ মাজলৈভক্ত সবে ৰৈ আছেতোমাক চাবলৈআহাঁ প্ৰভু যীচু তুমিআমাৰ মাজলৈভক্ত সবে ৰৈ আছেতোমাক চাবলৈ ঈস্বৰক নিচিনা জনেনিজমে

আহাঁ প্ৰভু যীচু তুমি । Aha Probhu Jisu Tumi Amar Majoloi lyrics Read More »

Scroll to Top